Nusrat Raunak Hazarika

বিশেষ আদালতত হাজিৰ ৰৌণক আলী হাজৰিকাৰ পত্নী নুছৰত ৰৌণক হাজৰিকাক। বিশেষ আদালতে চমন জাৰি কৰিছিল নুছৰতক। চমন মৰ্মে আজি আদালতত হাজিৰ হয় নুছৰত ৰৌণক হাজৰিকা।

অৱশেষত আদালতে মঞ্জুৰ কৰে নুছৰতৰ আৱেদন। আনহাতে, গোচৰটোৰ আনজন অভিযুক্ত ফৰিদ আলীকো আদালতত হাজিৰ হোৱা নিৰ্দেশ দিয়া হৈছিল যদিও উপস্থিত নহয় ফৰিদ আলী। কাৰাগাৰৰ পৰাই ভিডিঅ’ কনফাৰেন্সযোগে যোগে উপস্থিত থাকে ৰৌণক আলী হাজৰিকা।