Beltala

কি হৈছিল আচলতে বেলতলা চাৰ্ভেৰ বৰুৱা দম্পতীৰ?

বেলতলা চাৰ্ভেৰ চন্দন নগৰৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ ঘটনাটোৱে লৈছে নতুন মোৰ। শনিবাৰে বৃদ্ধ দম্পতী ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ হত্যাকাণ্ডৰ প্ৰায় চাৰিপৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰিছে দিছপুৰ আৰক্ষীয়ে৷ অভিযোগনামাত হত্যাকাণ্ডৰ কেবাটাও দিশ উল্লেখ কৰিছে আৰক্ষীয়ে৷