DTO

কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে কঠোৰ পৰিৱহণ বিভাগ। আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল পৰিৱহণ বিভাগৰ “অপাৰেচন চাৰখাৰ অভিযান”। মহানগৰীৰ এবিচি পইণ্টত পৰিৱহণ বিভাগৰ অভিযান।

কৰ পৰিশোধ নকৰা কেইবাখনো বাহন জব্দ কৰে বিভাগীয় লোকে। কৰ পৰিশোধ নকৰা বহু ডাম্পাৰো জব্দ কৰিছে বিভাগে। এই অভিযানৰ পৰা সাৰি যাব নোৱাৰিব বেচৰকাৰী এম্বুলেঞ্চসমূহো । যদি কোনো এম্বুলেঞ্চে কৰ পৰিশোধ নকৰে, তেন্তে সেই এম্বুলেঞ্চো জব্দ কৰা হ’ব ।