বিলাহীৰ বৰ্ধিত মূল্যই জনসাধাৰনৰ পকেট খালী কৰিছে। আকাশচুম্বী মূল্যৰ বাবে মানুহে নিজৰ প্ৰিয় ব্যঞ্জনবোৰ খোৱাৰ পৰা বিৰত থকা দেখা গৈছে।
কিন্তু আজি আপোনাক এনেকুৱা এজম ব্য়ক্তিৰ কথা কম যোনে তেওঁৰ আকৰ্ষণীয় পুৰস্কাৰৰ বাবে সকলোকে আমোদ দিছে।
আম্বুৰ বিৰিয়ানী, সোথুপাক্কাম নামৰ এখন সৰু বিৰিয়ানী দোকানত গ্ৰাহকসকলক এই বিশেষ আমোদ দিছে।
দোকানখনৰ স্বত্বাধিকাৰী জ্ঞানৱেলে ঘোষণা কৰিছে যে এজন গ্ৰাহকে হয় ১কিলোগ্ৰাম বিৰিয়ানীৰ বাবে ১কিলোগ্ৰাম বিলাহী ব্যৱসায়ৰ বাবে লাভ কৰিব পাৰে নতুবা ১কিলোগ্ৰাম বিৰিয়ানী ক্ৰয় কৰোঁতে ১/২ কিলোগ্ৰাম বিলাহী বিনামূলীয়াকৈ লাভ কৰিব পাৰে।