Recruitment

Oil India Limitedৰ পৰীক্ষাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে ক্ষুব্ধ হৈ পৰিছে প্ৰাৰ্থীসকল।

অসমৰ ১২ জিলাৰ মুঠ ৬২ টা পদৰ বাবে অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা। কিন্তু জুৰোডৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত নহ'ল পৰীক্ষা।

জুৰোডৰ বাহিৰে গুৱাহাটীৰ ৭টা কেন্দ্ৰত অনুষ্ঠিত হ'ল পৰীক্ষা। জুৰোডৰ IIFM পৰীক্ষা কেন্দ্ৰৰ বাহিৰে অন্য কেন্দ্ৰত সম্পন্ন হ'ল পৰীক্ষা। দেওবাৰে, পুৱা ৯ বজাৰ পৰা আছিল পৰীক্ষাৰ সময় সূচী।