Abhijit Neel

৭ বছৰ পূৰ্বে মানুহৰূপী একাংশ দানৱৰ বৰ্বৰ আক্ৰমণত মৃত্যু হৈছিল ২ প্ৰতিভা অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ আজিও ন্যায়ৰ অপেক্ষাত দুৰ্ভগীয়া ২ পৰিয়াল ৰাজ্য কঁপাই যোৱা হত্যাকাণ্ডৰ আজিও নাপালে ন্যায়