এফালে উৎকট গৰম, আনফালে বিদ্যুতৰ লুকাভাকু! শদিয়াৰ পৰা ধুবুৰীলৈ চটফটাইছে অসমবাসী! 

Bulb

উৎকট গৰমে দহিছে ৰাজ্যক। এফালে উৎকট গৰম, আনফালে বিদ্যুতৰ লুকাভাকু। শদিয়াৰ পৰা ধুবুৰীলৈ চটফটাইছে অসমবাসী! তাৰ মাজতে সৰ্বসাধাৰণৰ মূৰত বিদ্যুৎ বিভাগৰ ৰামটাঙোন। পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল। প্ৰতি ইউনিউটত ৭০ পইচা পৰ্যন্ত বৃদ্ধি পাব বিদ্যুতৰ মাচুল। আনহাতে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ উদ্ভট মন্তব্য। নন্দিতা গাৰ্লোচাৰ মতে -'ৰাজ্যৰ উন্নয়নৰ বাবেহে বিদ্যুতৰ মাচুল বৃদ্ধি পাইছে'।

Category
Profile picture for user UB Photos