৬ বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰা হ'ল অংকিতা দত্তক।

Ankita Dutta

কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হ'ল অংকিতা দত্তক। ৬ বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হ’ল অংকিতা দত্তক। দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে যুৱ কংগ্ৰেছৰ সভানেত্ৰী গৰাকীক। দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত AICC–এ বহিষ্কাৰ কৰে অংকিতাক।

1

AICC-য়ে এক বিবৃতিৰ জড়িয়তে অংকিতা দত্তক দলৰ পৰা বহিষ্কাৰৰ কথা সদৰি কৰিছে। উল্লেখ্য যে ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ তুলিছিল অংকিতা দত্তই। শ্ৰীনিবাসৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰো দাখিল কৰিছিল।

Category
Profile picture for user UB Photos