
নগাঁৱৰ কন্দলী কচুবস্তিত নৃশংস হত্যাকাণ্ড
সুৰাপায়ী স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ
বাঁহেৰে কোবাই কোবাই হত্যা কৰিলে পত্নীক
মৃত্যু সবিকণ বসুমতাৰী নামৰ মহিলাগৰাকীৰ
পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হত্যাকাণ্ড
হত্যাকাৰী স্বামী প্ৰদীপ বসুমতাৰীক আটক আৰক্ষীৰ
নিহত সবিকণ বসুমতাৰীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে
Category
- Log in to post comments