বৃক্কত পাথৰৰ সমস্যা অছে নেকি আপোনাৰ! ভুলতো নাখাব এইবিধ পাচলি

Tomato

বৃক্ক সম্পৰ্কীয় ৰোগ থাকিলে আপুনি বিলাহী গ্ৰহণ নকৰিব। কিয়নো গৱেষণাৰ জৰিয়তে জানিব পৰা গৈছে যে অধিক বিলাহী খোৱাৰ ফলত বৃক্কৰ পাথৰৰ আশংকা বৃদ্ধি হয়। বিলাহীত কেলচিয়াম অক্সাইড থাকে যি বৃক্কৰ পাথৰৰ আশংকা বজাই ৰাখে। কেলচিয়াম অক্সাইডৰ ফলত ৯০% লোকৰ বৃক্কৰ পাথৰ থাকে। সেয়েহে যদি আপোনাৰ বৃক্কত পাথৰৰ সমস্যাই দেখা দিয়ে তেন্তে বিলাহী সেৱনৰ পৰা দূৰত থাকিব।  

Category
Profile picture for user UB Photos