দাগ পৰিছে নেকি আপোনাৰ দাঁতত? কৰক এই কেইটা ঘৰুৱা উপায়

Teeth

সুন্দৰ দাতেহে মানুহক আকৰ্ষণ কৰে। বিভিন্ন কাৰণত আপোনাৰ দাতত দাগ পৰিব পাৰে। ঘৰুৱা উপায়েৰেই দাতত পৰা দাগ আপুনি আতৰাব পাৰে।

ক) নাৰিকল তেলৰ সৈতে নিমখ মিহলাই ভালদৰে এটা পেষ্ট তৈয়াৰ কৰক।সেই পেষ্টেৰে দাঁত ঘঁহাৰ লগতে দাঁতৰ আলু মালিচ কৰক।

খ) মেথি গুটিৰ গুৰিৰে নিতৌ দাঁত ঘহিলে দাঁতৰ দাগ দূৰ হয়।

Category
Profile picture for user UB Photos