‘তিনিমাহ অন্তত কিছু শান্তি পাইছো,ঘৰৰ কুকুৰটোৱেও আজি শান্তিত শুইছে’, ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ডক এনকাউন্টাৰ  

Encounter

অসম কঁপাই যোৱা ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মুল অভিযুক্তলৈ আৰক্ষী কৰিলে গুলীআৰক্ষীৰ গুলীত নিহত শ্বাহ আলম তালুকদাৰহত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড আছিল শ্বাহ আলম তালুকদাৰবুকুত দুটাকৈ গুলী লাগে শ্বাহ আলম তালুকদাৰৰমহানগৰীৰ সমীপৰ আমচাঙৰ যোৰাবাটত ঘটে এই এনকাউণ্টাৰযোৰাবাট আৰক্ষীৰে হোৱা সংঘৰ্ষত ঘটিল এনকাউণ্টাৰবৃহস্পতিবাৰে নিশা হেণ্ডকাফসহ পলায়ন কৰিছিল শ্বাহ আলমেশ্বাহ আলমক গ্ৰেপ্তাৰ কৰা হৈছিল ৫ ফেব্ৰুৱাৰীত৬ ফেব্ৰুৱাৰীত আদালতে ৭ দিনৰ আৰক্ষী জিম্মাত দিছিল৯ ফেব্ৰুৱাৰীৰ নিশা লকআপত আত্মহত্যাৰ চেষ্টা আলমৰগুৱাহাটীৰ পাঞ্জাবাৰীত বিদ্যালয় খুলি চলাইছিল ব্যৱসায়।বহুকেইটা ডকাইতি কাণ্ডও সংঘটিত কৰিছিল শ্বাহ আলমে। সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ গোহাঁইৰ নেতৃত্বাধীন ৮জনীয়া আৰক্ষীৰ দলৰ বেহু ফালি পলাবলৈ চেষ্টা কৰিছিল শ্বাহ আলমে।

উল্লেখ্য যে শ্বাহ আলমৰ এনকাউন্টাৰ ৰঞ্জিত বৰাৰ পত্নীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তেখেতে কয় তিনি মাহৰ অন্তত পৰিয়ালটোৱে শান্তি পাইছে। ঘৰৰ কুকুৰটো আজি শান্তি শুইছে।

Category
Profile picture for user UB Photos