
আজি ৰাজ্যৰ চৌদিশে চলিছে বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান।

এতিয়ালকৈ ২০০০ ৰো অধিক গ্ৰেপ্তাৰ হৈছে এই অভিযানত।

সৰ্বাধিক গ্ৰেপ্তাৰ হোৱা জিলা বিশ্বনাথ,বাক্সা,বৰপেটা,ধুবুৰী,হোজাই,কোকৰাঝাৰ।

বহুলোকক পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

এতিয়া প্ৰশ্ন হয় গ্ৰেপ্তাৰ লোকসকলৰ পত্নী আৰু সন্তানৰ কি ব্যৱস্থা ল’ব চৰকাৰে। স্বামী আৰু পিতৃক আৰক্ষীয়ে ধৰি বান্ধি নিয়া দেখি পত্নী আৰু সন্তানে কন্দাৰ বাহিৰে একো বাট দেখা নাই।
Category
- Log in to post comments