আজি টাই আহোমৰ পৱিত্ৰ মে-ডাম-মে-ফী, ৰাজ্যজুৰি উদযাপন মে-ডাম-মে-ফী

Me Dam Me Phi

আজি টাই আহোমৰ পৱিত্ৰ মে-ডাম-মে-ফীস্মৰণ কৰিব আহোমৰ উপৰি পুৰুষক ৰাজ্যজুৰি উদষাপন মে-ডাম-মে-ফী। মাইহাঙত অস্তদেৱতাক পূজা কৰিব আহোমসকলে১০ খনকৈ মেহেঙা পাতি পাতিব পৰম্পৰাগত পূজাটিপামত মে-ডাম-মে-ফীৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশ লব মুখ্যমন্ত্ৰীয়েসাংস্কৃতিক মন্ত্ৰী বিমল বৰায়ো কৰিব অংশগ্ৰহণৰাজ্যৰ উজনিৰ পৰা নামনিলৈ মে-ডাম-মে-ফীৰ আয়োজনহাতীগাঁৱৰ নটবমাতো মে-ডাম-মে-ফীত অংশ লব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইনতুন দিল্লীত দুদিনীয়াকৈ মে-ডাম-মে-ফীৰ আয়োজনকেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত মে-ডাম-মে-ফীৰ আয়োজনসোমবাৰে পৰম্পৰাগত ফুৰালুং পূজা সম্পন্নবিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণবাজেটৰ পূৰ্বে নতুন দিল্লীতে মে-ডাম-মে-ফীৰ আয়োজন সৰ্বানন্দ সোণোৱালৰ।

Category
Profile picture for user UB Photos