চন্দন-হালধিৰ সৈতে খেলা কে এল ৰাহুল আৰু আঠিয়া চেট্টীৰ! ৰাহুলে শ্বেয়াৰ কৰিলে হালদিৰ ফটো

Haldi

যোৱা ২৩ জানুৱাৰীত জনপ্ৰিয় যুঁটি কে এল ৰাহুল আৰু আঠিয়া চেট্টীৰ বিবাহ সম্পন্ন হয়

1

ইতিমধ্যে বিয়াৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

2

শেহতীয়াকৈ কে এল ৰাহুলে হালদিৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

3

ফটো কেইখন দেখি যুঁটিটোৰ অনুৰাগী সকল আনন্দিত হৈ পৰিছে।

4

 

Category
Profile picture for user UB Photos