নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাইজৰ মূৰত মাধমাৰ! আকৌ বাহিল বিদ্যুতৰ মাচুল

APDCL

নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাইজৰ মূৰত মাধমাৰ!ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ৩০ পইচাকৈ বাঢ়িল বিদ্যতুৰ মাচুল। চলিত মাহৰ পৰাই কাৰ্যকৰী হব বৰ্দ্ধিত মাচুল। ৯ ডিচেম্বৰত বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত।

Category