শিহৰণকাৰী! চলন্ত গাড়ীত আক্ৰমণ প্ৰকাণ্ড নাহৰফুটুকীৰ, কথমপি প্ৰাণ ৰক্ষা চালক আৰু যাত্ৰীৰ

Tiger Attack

যোৰহাটৰ চটাইৰ বন গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত বাঘৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত শিশুসহ পাঁচজন। আটাইকেইজনক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।চলন্ত গাড়ীত আক্ৰমণ কৰে প্ৰকাণ্ড নাহৰফুটুকীটোৱে।

Category
Profile picture for user UB Photos