আজি পুৱাই উমানন্দত ওলাল বাঘ।
বাঘৰ আতংকত উমানন্দ দেৱালয়ৰ পৰা দৰ্শনাৰ্থী আৰু পুৰোহিতক স্হানান্তৰ কৰা হৈছিল।
বন্ধ কৰি দিয়া হৈছিল দেৱালয়ৰ দোকান-পোহাৰ।
বন্ধ কৰি দিয়া হৈছিল ফেৰী সেৱা।
অৱশেষত বহু চেষ্টাৰ পিছত ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হ'ল বাঘটো ।
উল্লেখ্য যে ব্ৰক্ষ্মপুত্ৰইদি সাঁতুৰি উমানন্দত আশ্ৰয় লোৱা বাঘটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰী অহাৰ সন্দেহ কৰা হৈছে।
Category
- Log in to post comments