আকৌ এবাৰ সদনৰ মজিয়াৰ পৰা বহিস্কাৰ অখিল গগৈক

Akhil Gogoi

আজিৰ পৰা আৰম্ভ বিধানসভাৰ শীতকালীন অধিৱেশন । ২০ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰ লৈকে হ'ব এই অধিৱেশন। আজি পিৰংথম দিনটোতে সদনৰ পৰা বহিস্কাৰ কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈক। প্ৰশ্ন কালৰ বাবে সদনৰ পৰা বহিস্কাৰ অখিল গগৈক।

Category
Profile picture for user UB Photos