নতুন নীতিৰে হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা! জানক নীতি সমূহ-

HSLC

ঘোষণা হল ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন। ৩ মাৰ্চৰ পৰা আৰম্ভ হHSLCৰ পৰীক্ষা। নতুন শিক্ষানীতিৰে অনুষ্ঠিত হব পৰীক্ষা। ২৪, ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হPRACTICAL EXAM.ৰাজ্যৰ ৯১২টা কেন্দ্ৰত অনুষ্ঠিত হব পৰীক্ষা। নতুনকৈ ৯টা চেণ্টাৰত অনুষ্ঠিত হব পৰীক্ষা। ৪টা বিষয়ত থাকিব ৫০টাকৈ ১ নম্বৰৰ প্ৰশ্ন আৰু অংক, ইংৰাজী, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞানত থাকিব OBJECTIVE প্ৰশ্ন। পৰীক্ষাত কলা বা নীলা চিয়াঁহিৰে লিখিব পাৰিব পৰীক্ষাৰ্থীয়ে। ২০ মাৰ্চত অন্ত পৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ১ লাখ ৯৩ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ বাবে পঞ্জীয়ন। ৬ মহীয়া পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব পৰীক্ষা

Category
Profile picture for user UB Photos