সকলো ৰেকৰ্ড ভংগ! গুজৰাটত বৃহৎ জয় বিজেপিৰ

Narendra Modi

গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা। ১৫৭খন আসনত বৃহৎ জয় বিজেপিৰ। ১৬খন আসনতে সীমাবদ্ধ কংগ্ৰেছ। APPএ লাভ কৰিছে ৫খন আসন। অন্যান্য দলে লাভ কৰিছে ৪খন আসন। সপ্তমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে শাসনৰ গাদী দখল কৰিলে । গুজৰাটত পুনৰ চৰকাৰ গঠন কৰিলে বিজেপিয়ে। ১২ ডিচেম্বৰত শপতগ্ৰহণ কৰিব ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ ৰাজ্যিক সভাপতি চিআৰ পাটিলে ঘোষণা কৰিছে যে গুজৰাটত ১২ ডিচেম্বৰত হব শপত গ্ৰহণ সমাৰোহ আৰু ভপেন্দ্ৰ ভাই পাটিল পুনৰ হব মুখ্যমন্ত্ৰী। গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা। ১৫৭খন আসনত বৃহৎ জয় বিজেপিৰ। ১৬খন আসনতে সীমাবদ্ধ কংগ্ৰেছ। APPএ লাভ কৰিছে ৫খন আসন। অন্যান্য দলে লাভ কৰিছে ৪খন আসন। সপ্তমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে শাসনৰ গাদী দখল কৰিলে । গুজৰাটত পুনৰ চৰকাৰ গঠন কৰিলে বিজেপিয়ে। ১২ ডিচেম্বৰত শপতগ্ৰহণ কৰিব ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ ৰাজ্যিক সভাপতি চিআৰ পাটিলে ঘোষণা কৰিছে যে গুজৰাটত ১২ ডিচেম্বৰত হব শপত গ্ৰহণ সমাৰোহ আৰু ভপেন্দ্ৰ ভাই পাটিল পুনৰ হব মুখ্যমন্ত্ৰী।

Category
Profile picture for user UB Photos