স্বামীক ভাতত বিহ দি হত্যা কৰিলে পত্নীয়ে! অসমৰে ঘটনা এয়া

Poision

মৰাণৰ খোৱাঙত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে স্বামীক ভাতত বিষ দি হত্যা কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ৰাংচালি নেপালী গাঁৱত সংঘটিত হৈছে এই ঘটনা গাঁওখনৰ মনচুক মূৰ্মূ (৩২) নামৰ ব্যক্তিজন যোৱা নিশাৰ পৰা হঠাৎ অসুস্থ হৈ আজি পুৱা মৃত্যু হয় পৰিয়ালৰ লোকৰ অভিযোগ পত্নীয়ে ভাতত বিষ দি হত্যা কৰিছে স্বামীক খোৱাং আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত পত্নী অনিতা মূৰ্মূক আটক কৰাৰ লগতে ব্যক্তিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে

 

 

Category