অজৱ ভাৰতৰ বিষম কাহিনী! এইবাৰ যুৱকক অপহৰণ কৰি ধৰ্ষণ কৰিলে ৪ যুৱতীয়ে

Punjab Rape

যুগৰ পৰিৱৰ্তন! পঞ্জাবত সংঘটিত এক ঘটনাই চকু কপালত উঠাইছে সকলোৰে। জানিব পৰা মতে জলন্ধৰত কোম্পানীত কাম কৰা এজন যুৱকক অপহৰণ কৰি ধৰ্ষণ কৰে ৪ গৰাকী যুৱতীয়ে। লেডাৰৰ ফেক্টৰীত কাম কৰে যুৱক জনে আৰু কাম সম্পূৰ্ণ কৰি ঘৰ আহিছিল যুৱকজন। আৰু তাৰ পিছতে ৪ গৰাকী যুৱতীয়ে তেঁওক এটা ঠিকনা বিচাৰি এখন কাগজ দিছিল আৰু যুৱকজনে যেতিয়া কাগজ খন চাই তেতিয়াই যুৱতী কেইগৰাকীয়ে যুৱকজনৰ চকুলৈ অচেতন হোৱা দ্ৰৱ্য চতিয়াই আৰু যুৱকজন থিতাতে অচেতন হৈ পৰে। যুৱকজনে জনোৱা মতে তেঁওক যুৱতীকেইগৰাকীয়ে এক অচিনাকী ঠাইলৈ যায় আৰু তেঁওক ড্ৰাগছ দিয়ে আৰু চাৰিওগৰাকীয়েই তেঁওক ধৰ্ষণ কৰে। অৱশ্যে যুৱকজনে আৰক্ষীৰ ওচৰত এতিয়ালৈকে কোনো গোচৰ ৰুজু কৰা নাই। 

Category
Profile picture for user UB Photos