কেচা নিমখ নাখাব! ন'হলে হ'ব ডাঙৰ বিপদ!

Salt

আপোনাৰ কেচা নিমখ খোৱাৰ অভ্যাস আছে নেকি?  ই হ'ব পাৰে আপোনাৰ জীৱনৰ বাবে ভয়ংকৰ বিপদ।

Health

অত্যাধিক নিমখ খালে বাঢ়িব পাৰে চকুৰ সমস্যা লগতে, শৰীৰত তেজৰ স্তৰ নিমখতকৈ অধিক হ্ৰাস পায়।

new

অত্যাধিক নিমখ খালে শৰীৰত এলাৰ্জি হ'ব পাৰে।

medicine

 অত্যাধিক নিমখ খোৱাৰ ফলত শৰীৰত উচ্চ ৰক্তচাপৰ সমস্যা হ'ব পাৰে।

Category
Profile picture for user UB Photos