অসুস্থ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী

Assamese Actor Nipon Goswami

অসুস্থ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী। হৃদৰোগত আক্ৰান্ত হৈ আছিল জ্যেষ্ঠ অভিনেতাজন। স্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ নেমকেয়াৰত ভৰ্তি অভিনেতাগৰাকী বৰ্তমান ICU  ভৰ্তি অভিনেতাগৰাকী। 

হৃদৰোগৰ লগতে, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু ডায়েবেটিকৰো সমস্যা আছে নিপন গোস্বামীৰ

জ্যেষ্ঠ চিকিৎসকৰ তত্বাৱধানত আছে অভিনেতাগৰাকী। 

 

Category
Profile picture for user UB Photos