ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল,শীৰ্ষ দহটা স্থান দখল ৫৫গৰাকী শিক্ষাৰ্থীৰ

HSLC Results

HSLC TOP 10

শীৰ্ষত উজলিল লখিমপুৰ

প্ৰথমস্থানত ৰক্তোৎপল শইকীয়া (চেণ্টমেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ)

দ্বিতীয় স্থানত ভূয়শী মেধি (লিটিল ফ্লাৱাৰ স্কুল, নলবাৰী)

তৃতীয়স্থান দখল তিনিগৰাকীকৈ শিক্ষাৰ্থীৰ

তৃতীয়স্থানত মৃদুপৱন কলিতা (ডনবস্ক’ হাইস্কুল, খেৰনি)

তৃতীয়স্থানত লাবিব মুজিব (ডনবস্ক’ HS স্কুল, ডিব্ৰুগড়)

তৃতীয়স্থানত পাৰ্থপ্ৰতীম দাস (লোহিত ডিক্ৰং HS স্কুল, বিহপুৰীয়া)

চতুৰ্থস্থান দখল চাৰিগৰাকীকৈ শিক্ষাৰ্থীৰ

চতুৰ্থস্থানত স্বপনৰাজ কলিতা (আনন্দৰাম বৰুৱা একাডেমি, পাঠশালা)

চতুৰ্থস্থানত স্নেহা শইকীয়া (দয়ানন্দ বিদ্যা নিকেতন, গোলাঘাট)

Category
Profile picture for user UB Photos