বটদ্রৱা কাণ্ডৰ আন এজন মুল অভিযুক্তক গ্রেপ্তাৰ

বটদ্রৱা কাণ্ডৰ আন এজন মুল অভিযুক্তক গ্রেপ্তাৰ

◾বটদ্রৱা কাণ্ডৰ আন এজন অভিযুক্তক গ্রেপ্তাৰ আৰক্ষীৰ

◾ধিঙৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত ইমাম আলীক

◾ইমামৰ পৰা উদ্ধাৰ 9mm পিষ্টল, ৪ জাঁই সক্ৰিয় গুলী

◾ইমামৰ বাসগৃহৰ পৰা উদ্ধাৰ নিচাজাতীয় টেবলেট

◾ইয়াৰ পূৰ্বে মহিলাসহ গ্রেপ্তাৰ হৈছিল ৬অভিযুক্ত

◾বটদ্ৰৱা কাণ্ডত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৭ জনলৈবৃদ্ধি

◾সোধ-পোচৰ বাবে আটক ১৫ জনকৈ লোকক

◾এতিয়াও পলাতক থানাত অগ্নিসংযোগ কৰা জোচনাৰা বেগম

Category
Profile picture for user UB Photos