
গুৱাহাটী ফেৰী সেৱাৰ নবসংযোজন
নিশা এঘাৰ বজালৈ চলিব ফেৰী
অলপতে ন বজালৈ ফেৰীৰ ক্ষেপ বৃদ্ধি কৰা হৈছিল
জনতাৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা উত্তৰ গুৱাহাটী (মাজগাঁও) গুৱাহাটী ঘাটত চলিব এই ফেৰী
ন , দহ, আৰু এঘাৰ বজাত এঘণ্টাৰ মুৰত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ চলিব ফেৰী
জলপৰিবহন বিভাগৰ সূত্ৰে এই কথা প্ৰকাশ
Category
- Log in to post comments