৮ দিনত ৭ বাৰকৈ বাঢ়িল ইন্ধনৰ দাম!

fuel price

◾ আজি পুনৰ পেট্ৰ’ল-ডিজেলৰ দামবৃদ্ধি

◾ ৮ দিনত ৭ বাৰকৈ বাঢ়িল ইন্ধনৰ দাম

◾ প্ৰতিলিটাৰ পেট্ৰ’লত ৮৯ পইচা বৃদ্ধি

◾ প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৭৪ পইচা

◾ গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৯.৯১ টকা

◾ গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৫.৯২ টকা

Category
Profile picture for user UB Photos