ইউক্ৰেইনিয়ান সেনাৰ হাতত নিহত ৰুছৰ শীৰ্ষস্থানীয় সামৰিক বিষয়া

Russian Army

◾ ইউক্ৰেইনিয়ান সেনাৰ হাতত নিহত ৰুছৰ শীৰ্ষস্থানীয় সামৰিক বিষয়া
◾ মৃত্যুমুখত পৰিল মেজৰ জেনেৰেল ভিটালী গেৰাছিমভ
◾ পুটিনৰ সেনাৰ দ্বিতীয় শীৰ্ষস্থানীয় পদত আছিল ভিটালী গেৰাছিমভ
◾ ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ মতে খাৰ্কিভত নিহত গেৰাছিমভ
◾ দ্বিতীয় চেচেন যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল গেৰাছিমভে
◾ ক্ৰিমিয়া দখল,ছিৰিয়া যুদ্ধতো ৰুছ বাহিনীলৈ অৱদান সেনা বিষয়াজনৰ

Category
Profile picture for user UB Photos