মহানগৰীৰ মালিগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ, বস্তাৰ ভিতৰত উদ্ধাৰ হয় মৃতদেহটো

Deadbody Found

 

◼ মহানগৰীৰ মালিগাঁৱত মৃতদেহ উদ্ধাৰ

 

◼ এটা বস্তাৰ ভিতৰত উদ্ধাৰ কৰা হয় মৃতদেহটো

 

◼ মালিগাঁও মিঠা আমতলৰ এটা নলাৰ পৰা উদ্ধাৰ 

 

◼ লোকজনক হত্যা কৰি পেলাই থৈ যায় বুলি সন্দেহ

 

◼ হাত ভৰি বন্ধা অৱস্থাত আছে মৃতদেহটো

 

◼ বৰ্তমান গোশালা আৰক্ষী চকীত ৰখা হৈছে মৃতদেহটো 

 

◼ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ

 

◼বৰ্তমান লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই 

 

◼নিশা বস্তাত ভৰাই পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ

Category
Profile picture for user UB Photos