
সচিবালয়ৰ কৰ্মচাৰী সীমা দেৱীৰ জামিন মঞ্জুৰ। বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন। পিয়ন ৰবীন সিং থাপাকো জামিন প্ৰদান।
২৫ হাজাৰ টকাকৈ দুজন জামিনদাৰৰ বিপৰীতে জামিন মঞ্জুৰ। ৪ হাজাৰ টকাৰ উৎকোচ লৈ ৪ জানুৱাৰীত হাতে-লোটে ধৰা পৰিছিল সীমা দেৱী। দুৰ্নীতি নিবাৰক শাখাই সীমা দেৱীৰ লগতে গ্ৰেপ্তাৰ কৰিছিল ৰবীন সিং থাপাক।
Category
- Log in to post comments