
- উলুবাৰীৰ ব্ৰহ্মপুত্ৰ গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰীচ বিল্ডিঙত আয়কৰ বিভাগৰ অভিযান
- ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ গ্ৰুপ অব ইণ্ডাষ্ট্ৰীচ স্বত্বাধিকাৰী সন্তোষ জেচৱাল
- সন্তোষ জেচৱালৰ বাস গৃহটো আয়কৰ বিভাগৰ অভিযান
- কৰ ফাঁকি দিয়াৰ বাবেই এই অভিযান আয়কৰ বিভাগৰ
- পুৱাৰ পৰা চলি আছে এই অভিযান
- বিস্কন ব্ৰেণ্ডৰ ৰদ প্ৰস্তুত কৰি আহিছে ব্ৰহ্মপুত্ৰ গ্ৰুপ এ
- সন্তোষ জয়চৱাল উপস্থিত আছে কাৰ্যালয়ত
Category
- Log in to post comments