পুনৰ APSCক লৈ বিতৰ্ক! 2020ৰ মূল পৰীক্ষা অনুষ্ঠিত হোৱাক লৈ অনিশ্চয়তা

APSC

    APSC 2020ৰ মূল পৰীক্ষা অনুষ্ঠিত হোৱাক লৈ পুনৰ অনিশ্চয়তা
    APSCয়ে পৰীক্ষাৰ সময়সীমা ঘোষণাত নিয়ম ভংগৰ অভিযোগ
    উচ্চ ন্যায়ালয়ত লেখ আৱেদন দাখিল ভুক্তভোগী ১১ গৰাকী প্ৰাৰ্থীৰ
    বুধবাৰে গোচৰটোৰ জৰুৰীভাৱে শুনানী লব হাইকৰ্টে
    ২১ ফেৱ্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব  APSCৰ মূল পৰীক্ষা
    ২১, ২২, ২৩ ফেৱ্ৰুৱাৰীত একেৰাহে পৰীক্ষা হোৱাক লৈ আপত্তি পৰীক্ষাৰ্থীৰ
    ২৭ ফেৱ্ৰুৱাৰীত একেদিনাই UPSC আৰু APSCৰ পৰীক্ষা
    আৱেদনকাৰীৰ হৈ হাইকৰ্টত আৱেদন অধিবক্তা ফিৰোজ খানৰ

Category
Profile picture for user UB Photos