IIT পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা নাহৰফুটুকী পিঞ্জৰাবদ্ধ

Tiger

◾ উত্তৰ গুৱাহাটীৰ শিশুগ্ৰামত পিঞ্জৰাবদ্ধ নাহৰফুটুকী।

◾ বন বিভাগৰ পিঞ্জৰাত আবদ্ধ নাহৰফুটুকীটো।

◾ দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে।

◾ IIT পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহাৰ সন্দেহ।

Category
Profile picture for user UB Photos