কেবিনেট বৈঠকত লোৱা অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ...

Guwahati Pijush Hazarika

হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কেবিনেট বৈঠকৰ অন্তত পীযুষ হাজিৰকাৰ গুৰুত্বপূৰ্ণ সংবাদমেল।

উল্লেখ্য় যে, কেইবাটাও সিদ্ধান্ত গ্ৰহণ কেবিনেট বৈঠকত। ১১৪টা মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ বাবে ৯৫৮ কোটি টকা আৱণ্টন। ৬ খন গ্ৰাম্য দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত। তামুলপুৰ মেডিকেল কলেজৰ বাবে ৪৫০ কোটি টকা আৱণ্টন। মৰিয়নীত ১০৩টা পৰিয়ালক প্ৰদান কৰিব মাটিৰ পট্টা।

ডিব্ৰুগড় আৰু শিলচৰ এতিয়াৰে পৰা হ’ব পৌৰ নিগম। এফ চি আইক ধান বিক্ৰী কৰিবলৈ আহ্বান ৰাজ্যৰ কৃষকসকলক। প্ৰতি কুইণ্টল ধানৰ বিনিময়ত লাভ কৰিব ১৯৪০ টকা। অসমৰ এটা সুকীয়া প্ৰতীক চিহ্ণৰ চিন্তা–চৰ্চা চৰকাৰৰ। প্ৰতীক চিহ্ণৰ বাবে ৰনোজ পেগু আৰু কেশৱ মহন্তৰ নেতৃত্বত কমিটি গঠন।

Category
Profile picture for user UB Photos