ঘোষণা কৰা হ'ল ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন

Vote

আজি নিৰ্বাচনী আয়োগে ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে। উত্তৰ প্ৰদেশ, মণিপুৰ, উত্তৰাখণ্ড, গোৱা আৰু পঞ্জাৱৰ ঘোষণা কৰা হয় নিৰ্বাচনৰ দিন।

  • ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচন। ১০ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বিধানসভা নিৰ্বাচন।
  • ১০মাৰ্চত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।
  • উত্তৰ প্ৰদেশত ১০ ফেব্ৰুৱাৰীৰ পৰা ৭মাৰ্চলৈ ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন।
  • পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত ভোট।
  • মণিপুৰত ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত নিৰ্বাচন।
  • সংবাদমেলত ঘোষণা মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰাৰ।
  • ১৫ জানুৱাৰীলৈ নিৰ্বাচনী সভা, ৰেলীত নিষেধাজ্ঞা।
  • ফলাফল ঘোষণাৰ পিছতো উলিয়াব নোৱাৰিব ৰেলী।

 

Category
Profile picture for user UB Photos