কভিড১৯ৰ চিকাৰ হ'ল এইবাৰ বলীউড তাৰকা নোৰা ফাতেহী

Nora Fatehi

অভিনেত্ৰী-নৃত্যশিল্পী নোৰা ফাতেহী কোভিড১৯ত আক্ৰান্ত। বৰ্তমান চিকিৎসকৰ পৰ্যৱেক্ষণত আছে নোৰা ফাতেহী। নোৰাৰ মুখপাত্ৰই কোৱা মতে ২৮ ডিচেম্বৰত নোৰা ফাতেহীক পোৱা গৈছে কোভিড পজিটিভ।

কোভিড প্ৰটোকল পালন কৰি নোৰা ২৮ ডিচেম্বৰৰ পৰা চিকিৎসকৰ পৰ্যৱেক্ষণৰ অধীনত আছে আৰু কোৰোণা সুৰক্ষা আৰু নিয়মাৱলী পালনৰ বাবে বিএমচিৰ সৈতে সহযোগিতা কৰি আহিছে।

ইনষ্টাগ্ৰামৰ ষ্টৰিযোগে এই কথা জনাইছে নৃত্যশিল্পী গৰাকীয়ে।

Nora Insta Story

 

Category
Profile picture for user UB Photos