দাম বাঢ়িল সুৰাৰ, কোনবিধ সুৰাৰ কিমান দাম? ইয়াত চাওঁক..

Liquor Price

দাম বাঢ়িল সুৰাৰ। শুকুৰবাৰৰ পৰা বৰ্ধিত দামত সুৰা বিক্ৰী কৰিছে সুৰাৰ বিপণীসমূহে। ১৮ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ল সুৰাৰ মূল্যবৃদ্ধি।

Daaru

অসমৰ আবকাৰী বিধি সংশোধনী প্ৰকাশ কৰি জাননীৰ জৰিয়তে মূল্যবৃদ্ধি কৰা হৈছে। প্ৰতি বটলত ২৪ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। এহেজাৰ টকাৰ বটলৰ ওপৰৰ মূল্যৰ সুৰাৰ বটলত বৃদ্ধি পালে ন্যূনতম ৩০০ টকা।

Daaru 1

পেট্ৰ’ল-ডিজেলৰ ভেট হ্ৰাস কৰাৰ সময়তে সুৰাৰ দাম বৃদ্ধি ঘোষণা কৰা হৈছে। পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত ৰাজকোষত দেখা দিয়া ঘাটি পূৰণ কৰিবলৈকে এই সিদ্ধান্ত গ্ৰহন কৰা হৈছে।

Daaru 3

উল্লেখ্য যে, লকডাউনৰ সময়তো ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছিল সুৰাৰ দাম।

Daaru 4

পৰৱৰ্তী সময়ত পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে হ্ৰাস কৰা হৈছিল সুৰাৰ দাম।

Mod 5

 

Category
Profile picture for user UB Photos