
দিল্লীত ভয়ংকৰ ৰূপত বাঢ়িছে বায়ু প্ৰদূষণ।
প্ৰদূষণক লৈ উদ্বিগ্ন হৈছে এতিয়া দিল্লী প্ৰশাসন।
এসপ্তাহৰ বাবে বন্ধ দিল্লীৰ বিদ্যালয়সমূহ।
১৭ নৱেম্বৰ পৰ্যন্ত বন্ধ থাকিব নিৰ্মাণ কাৰ্য।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে এই সিদ্ধান্ত।
এসপ্তাহৰ বাবে চৰকাৰী কৰ্মচাৰীৰ ‘ৱৰ্ক ফ্ৰম হোম’ কৰা হৈছে।
বন্ধ হ’ব পাৰে দিল্লীৰ ব্যক্তিগত বাহনৰ চলাচল।
Category
- Log in to post comments