বেলতলা হত্যাকাণ্ড: আকাশে স্বীকাৰ কৰিছে, "হয়, মই তেওঁলোকক হত্যা কৰিছিলো"

Beltola murder case

অৱশেষত পোহৰলৈ আহিল বেলতলা ছাৰ্ভে হত্যাকাণ্ডৰ অভিযুক্ত।

আকাশ চৌধুৰীয়ে নিজেই হত্যা কৰিছিল বৰুৱা দম্পত্তিক।

মাটি - সম্পত্তিৰ বাবে নহয় এই হত্যাকাণ্ড।

কিয়নো হাজোত ১কঠা ৭লেচা মাটি আকাশক দিছিল ননী গোপাল বৰুৱাই।

অন্য কাৰণতহে বৰুৱা দম্পত্তিক হত্যা কৰিছিল কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে ।

ইতিমধ্যে আৰক্ষীৰ মাৰাথন জেৰাত এই কথা স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ মুল অভিযুক্ত আকাশ চৌধুৰীয়ে।

Category
Profile picture for user UB Photos