Anti Sex Bed! টকিঅ’ অলিম্পিকত অংশ লোৱা খেলুৱৈক দিয়া হৈছে যৌন বিৰোধী বিচনা

Anti Sex Bed

কৰণাৰ ত্ৰাসৰ মাজতে অনুষ্ঠিত হবলগীয়া টকিঅ অলিম্পিকত বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰা হৈছে। সাৱধানতা সমুহৰ ভিতৰত বিশেষভাৱে চৰ্চা লাভ কৰিছে বিচনাসমুহে।

  টকিঅঅলিম্পিকত অংশ লবলৈ যোৱা খেলুৱৈ সকলক দিয়া হৈছে যৌন বিৰোধী (Anti Sex) বিচনা।

এই বিচনাসমূহত যৌন সম্ভোগ কৰিব পৰা নাযাব। কাৰণ এই বিশেষ বিচনাকেইখনৰ প্ৰায় ২০০ কিলোগ্ৰাম ওজন ধৰি ৰাখিব পৰাৰ ক্ষমতা আছে।

  এই বিশেষ যৌনতা বিৰোধী (ANTI SEX) বিচনা কেইখনৰ মহত্ব হল বিচনা কেইখন কাৰ্ডবোৰ্ডৰ দ্বাৰা নিৰ্মিত আৰু ইয়াক এনে ধৰণে ডিজাইন কৰা হৈছে যে কেৱল এজন লোকৰ ওজনহে বহন কৰিব পাৰিব।

   এই বিচনা সমুহৰ মুল উদ্দেশ্য হৈছে খেলুৱৈ সকলৰ মাজত সামাজিক দূৰত্ব বজাই ৰখা।

উল্লেখ্য যে, ৮০ ৰ দশকত অলিম্পিকত অত্যাধিক যৌন সম্ভোগৰ কথা গম পোৱাৰ পিছতেই খেলুৱৈ সকলৰ মাজত কণ্ডম(Condom) বিতৰণ কৰা হৈছিল।

 

Category
Profile picture for user UB Photos