ৰূপনগৰত ভয়ংকৰ ভূমিস্খলন! প্ৰায় ৩০ ফুট ওখ শিল বাগৰি পৰে দুটাকৈ বাসগৃহৰ ওপৰত...

landslide

নিশা গুৱাহাটীৰ ৰূপনগৰত ভয়ংকৰ ভূমিস্খলন
দুটাকৈ বাসগৃহৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড শিল
প্ৰায় ৩০ ফুট ওখ শিল বাগৰি পৰে বাসগৃহ দুটাত
এতিয়াও সন্ধানহীন মনেশ্বৰ ৰাজবংশী নামৰ এজন লোক
ঘৰৰ পিছফালে শব্দ শুনি চাবলৈ গৈছিল লোকজনে
হঠাৎ মাটি খহি পৰাত পোত যায় মনেশ্বৰ ৰাজবংশী
উদ্ধাৰ অভিযান অব্যাহত আৰক্ষী, SDRF বাহিনীৰ 
মেচিনৰ সহায়ত লোকজনক উদ্ধাৰৰ চেষ্টা অব্যাহত
ঘটনাত আহত হোৱা নাই পৰিয়ালটোৰ অন্য সদস্য
মনেশ্বৰ ৰাজবংশীক বিচাৰি ব্যাকুল ৰাজবংশীৰ আত্মীয় 

Category