ওড়িশাৰ উপকূলীয় অঞ্চলত ‘ডানা’ৰ সংহাৰ....

dana

 

বিধ্বংসী ধুমুহাত তচনচ উপকূলীয় অঞ্চল

ঘণ্টাত ১০০ কিঃমিঃ গতিবেগত খুন্দা ‘ডানা’ৰ

প্ৰচণ্ড ধুমুহাত ভাঙি পৰিল বহু বাসগৃহ

উভালি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ

পশ্চিমবংগ আৰু ওড়িশাৰ ৬ লাখ লোকক স্থানান্তৰ

সষ্টম কৰি ৰখা হৈছিল SDRF, NDRFৰ বৃহৎ দল

ওড়িশাত ৩ দিনৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা

পশ্চিমবংগৰ কেইবাখনো জিলাত বন্ধ থাকিব বিদ্যালয়

১৪খন জিলাত জাৰি কৰা হৈছিল ৰেড এলাৰ্ট

প্ৰায় ৫০০ ৰে’লৰ চলাচল বাতিল কৰা হৈছিল ৰে’ল

অসমৰো ৬খন ৰে’লৰ চলাচল বাতিল

ক্ৰমশঃ শক্তিহীন হৈছে সাগৰীয় ঘূৰ্ণী ‘ডানা’

ভূৱনেশ্বৰ, কলকাতা বিমানবন্দৰ পৰা আৰম্ভ বিমানসেৱা

Category