স্মাৰ্ট মিটাৰ বিৰোধীতাৰে বিজুলী ভৱনৰ সম্মুখত বিৰোধী প্ৰতিবাদ....

bijuli

বিজুলী ভৱনত বিৰোধী ঐক্যমঞ্চৰ প্ৰতিবাদ

বিৰোধী ঐক্যৰ কেইবাটাও দলৰ প্ৰতিবাদত অংশগ্ৰহণ

স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীৰে উত্তাল প্ৰতিবাদ

বিজুলী ভৱন ঘেৰাও কৰি সাব্যস্ত প্ৰতিবাদ

প্ৰতিবাদস্থলীত মোতায়েন আৰক্ষী-অৰ্ধসামৰিক বাহিনী

প্ৰতিবাদত অংশগ্ৰহণ APCCৰ সভাপতি ভূপেন বৰাৰ

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

উপস্থিত AJPৰ সভাপতি লুৰিণজ্যোতি গগৈ

Category