দেশজুৰি বলৱৎ নাগৰিকত্ব সংশোধনী আইন
অৱশেষত দিছপুৰেও চৰকাৰী মোহৰ লগালে CAAত
অসমতো কাৰ্যকৰী হ’ল নাগৰিকত্ব সংশোধনী আইন
কাৰ্যকৰীকৰণৰ নিৰ্দেশনা অসম গৃহ আৰু ৰাজনৈতিক বিভাগৰ
অসম আৰক্ষীলৈ জৰুৰী নিৰ্দেশ গৃহ আৰু ৰাজনৈতিক বিভাগৰ
২০১৪ৰ ৩১ডিচেম্বৰৰ পূৰ্বে অহা অ-মুছলমানৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাৰ নিদেৰ্শ
২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা ধৰ্মীয় বিতাড়িতই পাব নাগৰিকত্ব
হিন্দু, শিখ, বৌদ্ধ, পাৰ্চী, জৈন, খ্ৰীষ্টিয়ান ধৰ্মৰ লোকে পাব নাগৰিকত্ব
নাগৰিকত্বৰ বাবে এতিয়াও অব্যাহত আছে আবেদন প্ৰক্ৰিয়া
নাগৰিকত্ব লাভৰ আবেদনৰ বাবে মুকলি কৰিলে প’ৰ্টেল
indiacitizenshiponline.nic.inত কৰিব পাৰিব আবেদন
- Log in to post comments