অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ! EVMত বন্দী হ’ল ৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য.....

EVM

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্ত
সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আছিল ভোটগ্ৰহণ
ভোটদানৰ হাৰে ৭৫ শতাংশ স্পৰ্শৰ সম্ভাৱনা
ৰাজ্যৰ ৫ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
ভোটগ্ৰহণ সম্পন্ন ডিব্ৰুগড়, লখিমপুৰ, যোৰহাটত
ভোটগ্ৰহণ সম্পন্ন শোণিতপুৰ, কাজিৰঙাত
৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল EVMত
দেশৰ ২১ ৰাজ্যৰ ১০২ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী হিংসা
কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
ছত্তীশগড়ৰ ভোটকেন্দ্ৰৰ সমীপত IED বিস্ফোৰণ
IED বিস্ফোৰণত গুৰুতৰভাৱে আহত CRPFৰ জোৱান
মণিপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত ভয়ংকৰ ঘটনা
দুৰ্বৃত্তৰ গুলীচালনাত নিৰাপত্তাৰক্ষীসহ ৪জন আহত

Category
Profile picture for user UB Photos