
আজি ৰাজ্যৰ ৫ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত। ৮৬ লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩৫ প্ৰাৰ্থীৰ। ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, লখিমপুৰ, শোণিতপুৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া।
ৰাজ্যৰ ভিন্ন প্ৰান্তত বিকল EVM। বোকাখাতৰ বালিজান ME স্কুলৰ ২নং খণ্ড ভোটকেন্দ্ৰত ২ বাৰকৈ বিকল EVM। লখিমপুৰৰ মইনাপাৰা নিম্ন বুনিয়াদী বিদ্যালয়ৰ ভোটকেন্দ্ৰত বিকল EVM।
মাজুলী ৩৭নং যোৰবিলা বণিয়া প্ৰাথমিক বিদ্যালয়ত EVM বিকল। বাঁহপাৰা এল পি স্কুলৰ ৬১নং ভোটেকন্দ্ৰতো বিকল EVM। নুমলীগড়ৰ ধলাককছাৰী প্ৰাথমিক বিদ্যালয় ১৩১নং ভোটকেন্দ্ৰত বিকল EVM। শদিয়াতো বিকল ২টাকৈ EVM। জোনাইৰ ৪নং, ৪৪নং, ৬৭নং ভোটকেন্দ্ৰত বিকল EVM।
- Log in to post comments