আজি ৰঙৰ উৎসৱ ফাকুৱা, আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ধৰা........

Holi

আজি ৰঙৰ উৎসৱ ফাকুৱা
ৰাজ্যজুৰি ফল্গুৎসৱৰ আনন্দ
আবিৰেৰে ৰঙীন হৈ পৰিছে ধৰা
হোলীগীতৰ মূৰ্চ্ছনাৰে মুখৰ সত্ৰ, নামঘৰ
নানাৰঙী আবিৰৰ সুগন্ধিৰে সুবাসিত আকাশ-বতাহ
ইজনে-সিজনক ৰং সানি যাঁচিছে মৰম
সত্ৰসমূহত দৌল উৎসৱৰ পাৰভঙা উছাহ
কৃষ্ণ বন্দনাৰে মুখৰ বৰপেটা, বটদ্ৰৱা, মাজুলী

Category
Profile picture for user UB Photos