সদনত পৰিবহণ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ তথ্য! লিখিত প্ৰশ্নৰ উত্তৰ দিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই........

parimal

সদনত পৰিবহণ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ তথ্য
লিখিত প্ৰশ্নৰ উত্তৰ দিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই
ASTCৰ নিজা বাছৰ সংখ্যা ১,১২১খন
১২৭খন বাছৰ মেৰামতি চলি আছে
নিগমৰ অধীনত আছে ১,৩৮০খন মালিকানাধীন বাছ
ASTCত আছে ২,০০৩জন বিষয়া–কৰ্মচাৰী
ইয়াৰে ৬১৫গৰাকী নিয়মীয়া, ১,৩৮৮জন ঠিকাভিত্তিক
অসম ৰাজ্যিক জল পৰিবহন বিভাগত আছে ১৪৩খন জাহাজ
ইয়াৰে কাৰ্যক্ষম অৱস্থাত ৯৩খন, মেৰামতি অৱস্থাত ৩৫খন
বিকল হৈ আছে ১৫খনকৈ জাহাজ
IWT বিভাগত আছে ৩,১১০জন বিষয়া-কৰ্মচাৰী
২০২১-২২ বিত্তীয় বৰ্ষত ১,০২,২৬৭.০০ লাখ টকা ৰাজহ সংগ্ৰহ
২০২২-২৩ বিত্তীয় বৰ্ষত ১,৩৬,১২৩ লাখ টকাৰ ৰাজহ সংগ্ৰহ
২০২৩-২৪ জানুৱাৰীলৈ সংগ্ৰহ ১,৩৭,৪৫৭ লাখ টকাৰ ৰাজহ

Category